শিৱসাগৰত কংগ্ৰেছ-অগপক পিছ পেলাই আগবাঢ়িছে বিজেপি

0
35

  • শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ বৰ্তমানলৈকে ঘোষিত ১০২ ৱাৰ্ডৰ ফলাফলত ৫৭ টাত বিজেপি প্ৰাৰ্থী জয়ী।
  • ৩০ ৱাৰ্ডত কংগ্ৰেছ আৰু ১৫ টাত জয়ী হৈছে অগপ প্ৰাৰ্থী৷
  • ৰংপুৰ জিলা পৰিষদৰ ৰূদ্ৰসাগৰ পঞ্চায়তৰ ৮ টা ৱাৰ্ড বিজেপিৰ দখলত, কংগ্ৰেছ লাভ কৰিছে ১টা।
  • বেতবাৰী জিলা পৰিষদৰ বেতবাৰী পঞ্চায়তত বিজেপি ৪টা আৰু কংগ্ৰেছ প্ৰাৰ্থী ৩টা ৱাৰ্ডত জয়ী।
  • দিচাংমুখ জিলা পৰিষদৰ দিচাং ধাইআলি পঞ্চায়তত বিজেপি প্ৰাৰ্থী জয়ী ২টা ৱাৰ্ডত, কংগ্ৰেছ ৭টাত।
  • থাওৰা পানীদিহিং জিলা পৰিষদৰ পশ্চিম পানীদিহিং পঞ্চায়তত বিজেপি ৬টা, কংগ্ৰেছ ২টা ৱাৰ্ডত জয়ী।
  • পালেঙী জিলা পৰিষদৰ পালেঙী পঞ্চায়তত বিজেপি প্ৰাৰ্থী ৯টা আৰু কংগ্ৰেছ ১টা ৱাৰ্ডত বিজয়ী।
  • ডিমৌ পঞ্চায়তৰ বিজেপি ৩টা, ৬টা ৱাৰ্ডত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী।
  • বকঠা জিলা পৰিষদৰ নেমুগুৰি পঞ্চায়তৰ বিজেপি ৫টা, কংগ্ৰেছ ৫টা ৱাৰ্ডত বিজয় সাব্যস্ত।
  • আমগুৰি সমষ্টিৰ আমগুৰি পঞ্চায়তৰ নিৰ্বাচনী ফলাফলত বিজেপিৰ দখললৈ ৬টা ৱাৰ্ড, অগপৰ হাতত ৩টা।
  • দিকচু পঞ্চায়তত অগপৰ হাতলৈ ৭টা ৱাৰ্ড,  বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে ৩টা।
  • পেঙেৰা পঞ্চায়তত বিজেপি ১টা, কংগ্ৰেছ ৫টা, অগপৰ ৪টা ৱাৰ্ডত জয়লাভ।
  • গড়গাঁও পঞ্চায়তত বিজেপি ৪টা আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ ৬টা ৱাৰ্ডত জয়লাভ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here